Hebrews 9

1 সেই প্ৰথম চুক্তিত উপাসনা কৰাৰ কিছুমান নিয়ম আছিল। তাত পৃথিৱীত সজা এখন পবিত্ৰ ঠাই আছিল।

6 সকলোবোৰ এইদৰেই সজোৱা হৈছিল। পুৰোহিতসকলে নিজৰ কাম কৰিবলৈ বাৰে বাৰে প্ৰথম কোঠাটোলৈ সোমাই গৈছিল।

11 কিন্তু খ্ৰীষ্ট এতিয়া ইয়াত থকা ভাল বস্তুবোৰৰ মহা-পুৰোহিত হিচাপে আহিল! তেওঁ তাতকৈ ডাঙৰ, আৰু তাতকৈ ভাল এটা তম্বুৰ মাজেৰে গৈছিল। সেয়া হাতেৰে সজা নহয়। সেয়া এই জগতৰো নহয়।

16 যেতিয়া কোনোবাই ইচ্ছা-পত্ৰ লিখে, তেতিয়া তেওঁৰ মৃত্যু হোৱা বুলি প্ৰমাণ কৰিব লগা হয়।

23 স্বৰ্গৰ বস্তুবোৰৰ নকলবোৰ এই জীৱ-জন্তুৰ বলিৰ দ্বাৰা ধোৱা হ'ব লগা আছিল। কিন্তু স্বৰ্গত থকা আচল বস্তুবোৰৰ বাবে ইয়াতকৈ ভাল বলিৰ প্ৰয়োজন।