Genesis 1
1 আদিতে ঈশ্বৰে সকলো সৃষ্টি কৰিলে, তলৰ মাটি আৰু ওপৰৰ আকাশ।
6 ঈশ্বৰে আকৌ ক'লে। "পানীৰ মাজত এখন আকাশ হওক আৰু ই পানীক দুভাগ কৰক।"
9 ঈশ্বৰে আকৌ ক'লে। "পানীখিনি এঠাইত গোট খাওক। শুকান মাটি ওলাই পৰক।" তেনেকৈয়ে হ'ল।
11 ঈশ্বৰে আকৌ ক'লে। "পৃথিৱীৰ পৰা গছ-গছনি গজি উঠক। ঘাঁহ। ভিতৰত গুটি থকা ফলৰ গছ।" তেনেকৈয়ে হ'ল।
14 ঈশ্বৰে আকৌ ক'লে। "দিনক ৰাতিৰ পৰা ভাগ কৰিবলৈ আকাশত পোহৰ থাকক, ঋতু, দিন আৰু বছৰবোৰ নিৰ্ধাৰণ কৰিবলৈ।"