Hebrews 1

1 বহুত দিনৰ আগতে, ঈশ্বৰে আমাৰ উপৰিপুৰুষসকলৰ লগত কথা পাতিছিল। তেওঁ ভাববাদীসকলৰ যোগেদি কথা পাতিছিল। তেওঁ বহুবাৰ কথা পাতিছিল। তেওঁ বহুতো ধৰণে কথা পাতিছিল।

5 ঈশ্বৰে কেতিয়াও কোনো স্বৰ্গদূতক কোৱা নাছিল, "তুমি মোৰ পুত্ৰ। আজি মই তোমাৰ পিতৃ হ'লোঁ।" তেওঁ কেতিয়াও কোনো স্বৰ্গদূতক কোৱা নাছিল, "মই তেওঁৰ পিতৃ হ'ম, আৰু তেওঁ মোৰ পুত্ৰ হ'ব।"

13 ঈশ্বৰে কেতিয়াও কোনো স্বৰ্গদূতক কোৱা নাছিল, "মোৰ সোঁহাতে ইয়াতে বহা। মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰিৰ তলত চূৰ্ণ-বিচূৰ্ণ নকৰালৈকে ইয়াতে বহা।"