Hebrews 13

1 ভাই-ভনীৰ দৰে ইজনে সিজনক প্ৰেম কৰি থাকক!

7 আপোনালোকৰ নেতাসকলৰ কথা ভাবক। তেওঁলোকে আপোনালোকক ঈশ্বৰৰ বাক্য শুনাইছিল। তেওঁলোকে কেনেকৈ জীৱন যাপন কৰিছিল তালৈ চাওক। সেইবোৰৰ পৰিণতি কি হ'ল তালৈ চাওক। তেওঁলোকৰ বিশ্বাসক অনুকৰণ কৰক!

10 আমাৰ এটা যজ্ঞবেদী আছে। তম্বুত সেৱা কৰাসকলৰ তাৰপৰা খোৱাৰ কোনো অধিকাৰ নাই।

17 আপোনালোকৰ নেতাসকলৰ কথা শুনক। তেওঁলোকে যি কয় সেয়া কৰক। তেওঁলোকে আপোনালোকক পহৰা দি থাকে। তেওঁলোকে ঈশ্বৰক তেওঁলোকৰ কামৰ হিচাপ দিব লাগিব। তেওঁলোকক আনন্দৰে নিজৰ কাম কৰিবলৈ দিয়ক, দুখেৰে নহয়। যদি তেওঁলোকে কষ্ট পায়, ই আপোনালোককো কষ্ট দিয়ে।