Hebrews 12
1 গতিকে চাৰিওফালে চাওক! ঈশ্বৰক বিশ্বাস কৰা এক বিশাল জনতা ডাৱৰৰ দৰে আমাৰ চাৰিওফালে থিয় হৈ আছে! আপোনাক তললৈ টানি নিয়া সকলো বস্তুকে দলিয়াই পেলাওক। ভৰিত মেৰিয়াই ধৰা পাপকো দলিয়াই পেলাওক। আপোনাৰ সমুখত থকা দৌৰত দৌৰক! কেতিয়াও হাৰ নমনা অন্তৰেৰে দৌৰক!
4 আপোনাৰ তেজ নোলোৱালৈকে আপুনি এতিয়াও পাপৰ বিৰুদ্ধে যুঁজ দিয়া নাই।
14 সকলোৰে লগত শান্তিৰে থাকিবলৈ চেষ্টা কৰক! পবিত্ৰ জীৱন কটাবলৈ চেষ্টা কৰক! ইয়াৰ অবিহনে কোনেও প্ৰভুক নেদেখিব।
18 আপোনালোকে হাতৰে চুব পৰা পৰ্বত এটালৈ অহা নাই। জুইৰে মেৰিয়াই থোৱা পৰ্বতলৈ অহা নাই! আন্ধাৰ, বিষাদ আৰু ধুমুহাই ঢাকি ৰখা পৰ্বতকো অহা নাই।
25 গতিকে কথা কৈ থকাজনে কোৱা কথাক না বুলি নক'ব! পৃথিৱীত সতৰ্ক কৰি দিয়া জনক না বুলি কওঁতে তেওঁলোকে সাৰি নাপালে। তেন্তে স্বৰ্গৰ পৰা সতৰ্ক কৰি দিয়াজনক অস্বীকাৰ কৰিলে আমি কেনেকৈ সাৰি যাম!