Numbers 14
1 সেই ৰাতি গোটেই ছাউনিৰ মানুহবোৰ ভাগি পৰিল। মানুহবোৰে চিঞৰিলে। তেওলোকে কান্দিলে। সূৰ্য্য নুঠালৈকে তেওঁলোকৰ কান্দোন চলিয়েই থাকিল।
2 গোটেই ইস্ৰায়েলে মোচি আৰু হাৰোণৰ বিৰুদ্ধে থিয় দিলে। তেওঁলোকে তেওঁলোকৰ ওপৰত চিঞৰিলে। "আমি মিচৰতেই মৰা হ'লে ভাল আছিল! আমি ইয়াৰ এই মাটিনো মৰা হ'লে ভাল আছিল!"
5 মোচি আৰু হাৰোণে সকলোৰে আগত মাটিত উবুৰি খাই পৰিল।
10 কিন্তু মানুহবোৰে শিল বুটলি ল'লে। ঠিক সেই সময়তে, সাক্ষাৎ কৰা তম্বুৰ পৰা যিহোৱাৰ উজ্জ্বল গৌৰৱ প্ৰকাশ পালে। ইস্ৰায়েলৰ প্ৰতিজন মানুহে সেয়া দেখিলে।
13 মোচিয়ে যিহোৱাক ক’লে, "কিন্তু মিচৰে এই বিষয়ে শুনিব! আপুনি নিজৰ শক্তিৰে এই মানুহবোৰক তাৰ পৰা উলিয়াই আনিছিল!"