Numbers 13

1 যিহোৱাই মোচিক ক’লে।

21 বাৰজন মানুহ ওলাই গ'ল। তেওঁলোকে উত্তৰে থকা চীন মৰুভূমিৰ পৰা হমাৎলৈ যোৱা ৰাস্তাৰ ওচৰৰ ৰহোবলৈকে গোটেই দেশখন ঘূৰিলে।

26 তেওঁলোকে পোনে পোনে পাৰণ মৰুভূমিৰ কাদেচত থকা মোচি আৰু হাৰোণৰ ওচৰলৈ গ'ল। ছাউনিৰ প্ৰতিজন মানুহ গোট খালে। চোৰাংচোৱাবোৰে সকলোকে ফলবোৰ দেখুৱালে।