Numbers 10
1 যিহোৱাই মোচিক ক'লে,
11 দ্বিতীয় বছৰ। দ্বিতীয় মাহৰ বিশ তাৰিখ। নিয়ম-চন্দুক থকা তম্বুখনৰ ওপৰৰ পৰা মেঘখন ওপৰলৈ উঠিল। যাত্ৰা কৰাৰ সময় আহিল!
33 গতিকে তেওঁলোকে যিহোৱাৰ পৰ্বতৰ পৰা যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে একেৰাহে তিনি দিন খোজ কাঢ়িলে। যিহোৱাৰ নিয়ম-চন্দুক জিৰণি লোৱা ঠাই বিচাৰি গোটেই সময়ছোৱাত তেওঁলোকৰ আগে আগে গৈ আছিল।