Hebrews 5
1 প্ৰতিজন মহা-পুৰোহিতক মানুহৰ মাজৰ পৰা বাছি লোৱা হয়। তেওঁ মানুহৰ হৈ ঈশ্বৰৰ আগত থিয় হয়। তেওঁ পাপৰ বাবে উপহাৰ আৰু বলিদান আনে।
6 আৰু আন এঠাইত ঈশ্বৰে কয়, "মল্কীচেদকৰ দৰেই তুমি চিৰকালৰ বাবে এজন পুৰোহিত হ'বা।"
11 এই বিষয়ে তোমালোকক ক'বলগীয়া বহুত কথা আছে! কিন্তু এতিয়া তোমালোকে এইবোৰ বুজি নোপোৱা। তোমালোকৰ কাণ গধুৰ হৈ পৰিল।