Hebrews 3
1 গতিকে, ঈশ্বৰৰ বাবে পৃথকে ৰখা ভাই-ভনীসকল, তোমালোকো স্বৰ্গৰ আমন্ত্ৰণৰ অংশীদাৰ। যীচুৰ ফালে ভালকৈ চোৱা! তেওঁৰ বিষয়েই আমি কথা পাতোঁ। তেওঁ পাঁচনি। তেওঁ মহা-পুৰোহিত।
7 সেইকাৰণেই পবিত্ৰ আত্মাই কয়, "আজি, যদি তোমালোকে তেওঁৰ মাত শুনা,"
12 ভাই-ভনীসকল, সাৱধান হোৱা! তোমালোকৰ কাৰো ভিতৰত দুষ্ট হৃদয় বাঢ়ি আহিবলৈ নিদিবা। জীৱন্ত ঈশ্বৰক 'না' ক'বলৈ ইয়াক নিদিবা। ইয়াক তোমালোকক আঁতৰাই নিবলৈ নিদিবা!