Genesis 8

1 কিন্তু ঈশ্বৰে নোহক মনত পেলালে। নাৱত থকা জন্তুবোৰকো তেওঁ মনত পেলালে। ঈশ্বৰে পৃথিৱীৰ ওপৰেদি এজাক বতাহ বলালে। লাহে লাহে পানী কম হ’বলৈ ধৰিলে।

8 তাৰ পাছত নোহে এজনী কপৌ পঠিয়ালে। পানী কমিছে নে নাই তাকে সি চাব বিচাৰিছিল।

10 সি আৰু সাত দিন ৰৈ থাকিল। তাৰ পাছত আকৌ কপৌজনী পঠিয়ালে।

18 নোহ বাহিৰলৈ ৰ'দলৈ ওলাই আহিল। তাৰ পাছে পাছে তাৰ পুত্ৰসকলো আহিল। তাৰ পত্নী আহিল। তাৰ পুত্ৰ-বোৱাৰীসকলো আহিল।