Genesis 7
8 শুচি জন্তুবোৰ আহিল। যিবোৰ জন্তু শুচি নহয়, সেইবোৰো আহিল। চৰাইবোৰ উৰি আহিল। মাটিত বগোৱা সকলো ধৰণৰ পোক-পৰুৱা আহিল।
11 নোহৰ বয়স ৬০০ বছৰ আছিল। দ্বিতীয় মাহ, সোতৰ দিন। মাটিৰ বহুত তলত, পানীৰ উহবোৰ ফাটি ওলাই আহিল! তলৰ পৰা পানী একেবাৰে ওপৰলৈ উঠিল! আকাশখন ফাটি চিৰাচিৰ হ’ল! বৰষুণ জোৰেৰে নামি আহিল!
16 প্ৰতিটো জীৱৰ মতা আৰু মাইকী ভিতৰলৈ গ’ল। ঠিক যিদৰে ঈশ্বৰে কৈছিল। তাৰ পাছত যাকোৱাই সিহঁতৰ পাছফালে দুৱাৰখন বন্ধ কৰি দিলে।
17 চল্লিশ দিন ধৰি বানপানী বাঢ়ি গৈছিল। পানী বাঢ়ি বাঢ়ি গৈ থাকিল! পানীয়ে নাওখনক মাটিৰ পৰা ওপৰলৈ তুলি নিলে!