Genesis 41
1 দুটা গোটেই বছৰ পাৰ হৈ গ'ল। তাৰ পিছত এদিন ৰাতি ৰজাই এটা সপোন দেখিলে। তেওঁ এখন ডাঙৰ নদীৰ পাৰত থিয় হৈ আছিল।
37 ফৰৌণে এই সকলোবোৰ শুনিলে। তেওঁৰ নেতাবোৰেও শুনিলে। সিহঁতে মূৰ দুপিয়ালে। এইটো এটা ভাল পৰিকল্পনা আছিল।
46 যেতিয়া যোচেফ মিচৰৰ ৰজা ফৰৌণৰ আগত থিয় হৈছিল, তেতিয়া তেওঁৰ বয়স ত্ৰিশ বছৰ আছিল। সেই দিনাৰ পিছত, তেওঁ নিজৰ কাম কৰিবলৈ গোটেই দেশখন ঘূৰি ফুৰিলে।
50 আকালৰ বছৰবোৰ অহাৰ আগতে, যোচেফৰ দুজন পুতেক জন্ম হ'ল। তেওঁৰ ঘৈণীয়েক আচনতে, যি ওন নগৰৰ পুৰোহিত পোটীফেৰৰ জীয়েক আছিল, দুয়োটা ল'ৰাক জন্ম দিলে।