Genesis 40

1 সময় পাৰ হৈ গ'ল। ৰজাৰ দুজন মানুহে তেওঁক খং উঠালে। এজন মানুহে ৰজাক দ্ৰাক্ষাৰস দিছিল। আনজন মানুহে ৰজাৰ বাবে পিঠা বনাইছিল।

9 প্ৰথমে দ্ৰাক্ষাৰস দিয়া মানুহজনে ক'লে। "মোৰ সপোনত, মোৰ ঠিক আগতেই এজোপা দ্ৰাক্ষালতা গজি উঠিল।

20 তিনি দিন পাৰ হৈ গ'ল। ৰজাই এক ডাঙৰ ভোজৰ আয়োজন কৰিলে। সেইদিনা তেওঁৰ জন্মদিন আছিল। তেওঁ দ্ৰাক্ষাৰস দিয়া মানুহজন আৰু পিঠা বনোৱা মানুহজনক বাহিৰলৈ আনিবলৈ ক'লে।