Numbers 7
89 মোচিয়ে যিহোৱাৰ লগত কথা পাতিবলৈ সাক্ষাৎ তম্বুৰ ভিতৰলৈ সোমাই গ'ল। তেতিয়া তেওঁ সেইটো শুনিলে! নিয়ম-চন্দুকৰ ওপৰত থকা পাপ-ক্ষমাৰ আৱৰণৰ ওপৰৰ পৰা, দুটা কৰূবৰ মাজৰ পৰা মাতটো ভাঁহি আহিছিল। ঠিক তাতেই যিহোৱাই তেওঁৰ লগত কথা পাতিছিল!