Numbers 31

1 যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,

13 মোচি, ইলিয়াজৰ পুৰোহিত আৰু সকলো নেতাই তেওঁলোকক লগ কৰিবলৈ ছাউনীৰ পৰা ওলাই গ'ল।

19 "সাত দিনৰ বাবে ছাউনীৰ বাহিৰত থাকা। তোমালোকে কাৰোবাক মাৰিলা নেকি? তোমালোকে মৰা শৱ চুইছিলা নেকি? তেন্তে তৃতীয় আৰু সপ্তম দিনা নিজকে ধুই শুচি হ'ব লাগিব। তোমালোক আৰু তোমালোকে ধৰি অনা মানুহ দুয়োয়ে।"