Numbers 27
1 পাঁচজনী ভনীয়েকে ভিৰৰ মাজেৰে আগবাঢ়ি আহিল! তেওঁলোক আছিল চলফাহাদৰ জীয়েক। তেওঁলোকৰ বাপেক হেফৰৰ পৰা আহিছিল। হেফৰ গিলিয়দৰ পৰা আহিছিল। গিলিয়দ মাখীৰৰ পৰা আহিছিল। মাখীৰ যোচেফৰ বংশ মনচিৰ পৰা আহিছিল। ভনীয়েককেইজনী আছিল মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা।
8 “ইস্ৰায়েলৰ বাবে এইটো এটা নিয়ম কৰি দিয়া: যেতিয়া এজন মানুহৰ কোনো ল’ৰা নোহোৱাকৈ মৃত্যু হয়, তেতিয়া তেওঁৰ মাটি তেওঁৰ জীয়েকহঁতে পাব।”
15 মোচিয়ে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে,
18 যিহোৱাই মোচিক ক’লে, “তুমি নুনৰ পুতেক যিহোচূৱাক লোৱা। মোৰ আত্মা তেওঁৰ ভিতৰত আছে। তুমি তেওঁৰ ওপৰত হাত ৰাখিবা।”