Numbers 20

1 প্ৰথম মাহত গোটেই ইস্ৰায়েলীসকলে চীন মৰুভূমিলৈ গ'ল। তেওঁলোকে কাদেচত তম্বু তৰিলে। তাতেই, মিৰিয়মৰ মৃত্যু হ'ল। তেওঁলোকে গাঁত খান্দি তাইক পুতি থ'লে।

2 পানী নাছিল। মানুহবোৰে বনৰীয়া কুকুৰৰ দৰে মোচি আৰু হাৰোণৰ ওপৰত জঁপিয়াই পৰিল।

7 যিহোৱাই মোচিক ক'লে।

9 "যিহোৱাই কোৱাৰ দৰেই, মোচিয়ে যিহোৱাৰ আগৰ পৰা লাঠীডাল ল'লে।"

12 কিন্তু যিহোৱাই মোচি আৰু হাৰোণক ক'লে, "তোমালোকে মোৰ ওপৰত বিশ্বাস নকৰিলা। মোৰ লোকসকলৰ আগত মই যে পৱিত্ৰ, সেই কথা তোমালোকে নেদেখুৱালা। গতিকে মই তেওঁলোকক প্ৰতিশ্ৰুতি দিয়া দেশখনলৈ তোমালোকে তেওঁলোকক লৈ যাব নোৱাৰিবা।"