Numbers 17

1 ইয়াৱেই মোচিক ক’লে।

6 ইয়াৱেই যি ক’লে, মোচিয়ে মানুহবোৰক সেইয়া জনালে। প্ৰতিজন নেতাই একোডাল লাখুটি আনিলে, প্ৰতিটো পৰিয়ালৰ বাবে একোডাল। মুঠ বাৰডাল লাখুটি। হাৰোণৰ লাখুটিডালো সেইবোৰৰ লগতে আছিল।

8 যেতিয়া ৰাতিপুৱা হ’ল, মোচি তম্বুৰ ভিতৰলৈ গ’ল। হাৰোণৰ লাখুটিডাল, যিডাল লেৱীৰ পৰিয়ালৰ আছিল, তাত প্ৰাণ জাগি উঠিছিল! কলি ওলাইছিল! ফুল ফুলিছিল! তাৰ ডালত পকা কাঠবাদাম ওলমি আছিল!