Genesis 5

1 এইয়া আদমৰ বংশাৱলী। যি সময়ত ঈশ্বৰে প্ৰথম মানুহ সৃষ্টি কৰিছিল, তেতিয়া তেওঁলোকক নিজৰ দৰেই গঢ় দিছিল।

21 হনোকে এই পৃথিৱীত ৬৫ বছৰ জীয়াই থাকিল। তাৰ পাছত তাৰ এটা পুত্ৰ জন্ম হ’ল। সি তাৰ নাম মথূচেলহ ৰাখিলে।

28 লেমকে এই পৃথিৱীত ১৮২ বছৰ জীয়াই থাকিল। তাৰ পাছত তাৰ এটা পুত্ৰ জন্ম হ’ল।