Genesis 48

1 কিছু সময় পাৰ হৈ গ'ল। তাৰ পাছত কোনোবা এজন যোচেফৰ ওচৰলৈ খবৰ লৈ আহিল। "তোমাৰ দেউতাৰ বৰ অসুখ!" যোচেফে তেওঁৰ দুই পুত্ৰ মনচি আৰু ইফ্ৰয়িমক লৈ তেওঁৰ ওচৰলৈ গ'ল।

13 যোচেফে ইফ্ৰয়িমক নিজৰ সোঁফালে অৰ্থাৎ ইচ্ৰায়েলৰ বাঁও হাতৰ ফালে ৰাখিলে। তেওঁ মনচিক নিজৰ বাঁওফালে অৰ্থাৎ ইচ্ৰায়েলৰ সোঁ হাতৰ ফালে ৰাখিলে। তেওঁ সিহঁতক ওচৰলৈ লৈ গ'ল।