Genesis 18
1 মম্ৰিৰ ডাঙৰ গছবোৰৰ ওচৰত যিহোৱাই দেখা দিলে। অব্ৰাহাম তেওঁৰ তম্বুৰ দুৱাৰমুখত বহি আছিল। তেতিয়া বেলিৰ টান ৰ'দ আছিল।
16 মানুহকেইজন থিয় হ'ল। তেওঁলোকে চদোমৰ ফালে চালে। অব্ৰাহামে তেওঁলোকক আগবঢ়াই থ'বলৈ তেওঁলোকৰ লগত গ'ল।
22 মানুহকেইজন ঘূৰিল আৰু চদোমৰ ফালে যাবলৈ ধৰিলে। কিন্তু অব্ৰাহাম তাতেই ৰৈ গ'ল, যিহোৱাৰ ঠিক আগত থিয় হৈ থাকিল।
26 যিহোৱাই ক'লে, "যদি মই চদোমত পঞ্চাশজন ভাল মানুহ পাওঁ, তেন্তে মই তেওঁলোকৰ কাৰণে গোটেই চহৰখনক ৰক্ষা কৰিম।"