Genesis 16
1 চাৰীৰ ফালৰ পৰা অব্ৰামৰ কোনো সন্তান হোৱা নাছিল। এটাও নহয়। কিন্তু তাইৰ হাগাৰ নামৰ এজনী মিচৰীয়া দাসী আছিল।
3 চাৰীয়ে হাগাৰক অব্ৰামৰ হাতত দিলে। হাগাৰ তেওঁৰ দ্বিতীয় ঘৈণীয়েক হ'ল। সেই সময়লৈকে অব্ৰামে কনান দেশত দহ বছৰ কটাইছিল।
7 যিহোৱাৰ দূতে তাইক বিচাৰি পালে! তাই শূৰলৈ যোৱা ৰাস্তাৰ কাষৰ মৰুভূমিৰ এটা ভুমুকৰ ওচৰত বহি আছিল।
15 হাগাৰৰ সন্তান জন্ম হ'ল। এটা ল'ৰা! অব্ৰামে তাৰ নাম ইশ্মায়েল থলে।