Genesis 10

1 নোহৰ পুত্ৰসকল হ’ল: চেম, হাম, আৰু যেফৎ। বানপানীৰ পাছত, সিহঁত আটাইৰে পুত্ৰ জন্ম হ’ল।

8 কূচৰ আন এজন পুত্ৰ আছিল। নিম্ৰোদ। এই ল’ৰাটো ডাঙৰ হৈ এজন যুঁজাৰু হ’ল। পৃথিৱীয়ে দেখা প্ৰথমজন মহান বীৰ।