Amos 7

10 বৈৎ-এলৰ পুৰোহিত অমচিয়াই ইস্ৰায়েলৰ ৰজা যাৰবিয়ামলৈ এটা খবৰ পঠিয়ালে। "আমোচে তোমাৰ বিৰুদ্ধে মানুহক উচটাইছে! একেবাৰে ইস্ৰায়েলৰ মাজমজিয়াতে! দেশখনে তাৰ কথাবোৰৰ বোজা ল'ব পৰা নাই।"