Amos 2
6 যিহোৱাই কৈছে, "ইস্ৰায়েলে পাপ কৰিয়েই আছে! তেওঁলোকে বাৰে বাৰে পাপ কৰি আছে! তিনিবাৰ! চাৰিবাৰ! মই আৰু এৰি নিদিওঁ! তেওঁলোকে কেইটামান মুদ্ৰাৰ কাৰণে ভাল মানুহক বেচি দিয়ে! তেওঁলোকে এযোৰ পুৰণি জোতাৰ কাৰণে দুখীয়া মানুহক বেচি দিয়ে!"